মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Finance অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

কৰ্মচাৰী সবিশেষ

সঞ্চালকালয়ৰ কৰ্মচাৰীসকলৰ সবিশেষ অৱস্থান (প্ৰযুক্তিগত আৰু প্ৰশাসনীয় দিশত পৃথকভাৱে) তলত দিয়া ধৰণৰ-

ক্ৰমিক নংপদৰ শ্ৰেণীবিভাগঅপৰিকল্পিত (সাধাৰণ)কেন্দ্ৰীয় খণ্ডৰ পৰিকল্পনাক*সৰ্বমুঠ
ক্প্ৰযুক্তিগত    
১ৰাজপত্ৰিত২০১৬২০৭
১ৰাজপত্ৰিত২০১৬২০৭
২অ-ৰাজপত্ৰিত৫৬৫৩৬১৯
প্ৰশাসনিক    
৩ৰাজপত্ৰিত৫-৫
৪১৭৬৬১৮২
৫চতুৰ্থ বৰ্গ১৪৩-১৪৩
মুঠ ১০৯১৬৫১১৫৬

 

সঞ্চালকালয়ে শ্ৰেণী অনুসৰি মঞ্জুৰীকৃত শক্তিৰ সবিশেষ তলত দিয়া ধৰণৰ-

 

পদৰ শ্ৰেণীবিভাগমঞ্জুৰীকৃত পদৰ সংখ্যা
১. সঞ্চালক১
২. উপ-সঞ্চালক২
৩. যুটীয়া সঞ্চালক১২
৪. সহকাৰী সঞ্চালক/SRO৪১
৫. গৱেষণা বিষয়া২৮
৬. পৰিসাংখ্যিক বিষয়া৯৫
৭. পৰিসংখ্যাৰ পৰিদৰ্শক১৮১
৮. পৰিসংখ্যাৰ উপ-পৰিদৰ্শক২২০
৯. প্ৰাথমি তদন্তকাৰী বিষয়া/গাণণিক১৮৫
১০. ক্ষেত্ৰ সহায়ক১৮৫
১১. প্ৰশাসনিক বিষয়া১
১২. নিৱন্ধক১
১৩. অধীক্ষক৩
১৪. তৃতীয় বৰ্গ১৬৫
১৫. চতুৰ্থ বৰ্গ১৩৬
মুঠ১২৫৬*

 

(ইয়াত BTADৰ স্থানসমূহ অন্তৰ্ভুক্ত হৈ আছে)

            প্ৰশাসনীয় সুবিধাৰ্থে সঞ্চালকালয়ৰ কাৰ্যসমূহ বিভিন্ন বিভাগ সৃষ্টি কৰি বিভাজিত কৰি লোৱা হৈছে- যেনে- প্ৰশাসনীয় আৰু হিচাপৰক্ষা বিভাগ, ৰাজ্যিক আয় বিভাগ, TRS শাখা অন্তৰ্ভুক্ত কৰি কৃষি বিভাগ, সমীক্ষা বিভাগ, উদ্যোগ বিভাগ (অৰ্থনৈতিক পিয়ল কোষ), কৃষিখণ্ডৰ পিয়ল আৰু প্ৰশিক্ষণ বিভাগ, পৰিসাংখ্যিক তথ্য বিভাগ (A.I. গোট আৰু অৰ্থনৈতিক অধ্যয়নসমূহ), পৰিকল্পনা আৰু সমন্বয় বিভাগ, দৰ বিভাগ আৰু বৈদ্যুতিক তথ্য প্ৰক্ৰিয়াকৰণ আৰু তথ্য প্ৰযুক্তি বিভাগ।