মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Finance অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়

বাৰ্ষিক নিযুক্তি-অনিযুক্তি সমীক্ষা

নিযুক্তি-অনিযুক্তিৰ দৃশ্যপটৰ ধাৰা পৰিমাপ কৰিবলৈ ভাৰত চৰকাৰৰ শ্ৰমিক ব্যুৰোক ভাৰতত বাৰ্ষিক নিযুক্তি-অনিযুক্তিৰ সমীক্ষা পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সমীক্ষাসমূহে শ্ৰমিক বলৰ সৈতে জড়িত বিভিন্ন স্থিতিমাপসমূহৰ সম্পৰ্কে গুৰুত্বপূৰণ তথ্য দিয়ে। ২০১১ চনৰে পৰা DES, অসমে এই সমীক্ষাসমূহ পৰিচালনা কৰি আহিছে। ইয়াৰে পৰাই, অৰ্থাত্ ষষ্ঠ বলয়ৰ পৰাই শ্ৰমিক ব্যুৰোৱে আমাৰ সঞ্চালকালয়ক ৰাজ্যখনৰ বাবে সমভাৱে খাপ খোৱা ৰাজ্যিক নমুনাসমূহ পৰিচালনা কৰাৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। শেহতীয়া সমীক্ষাত বলয়সমূহৰ সবিশেষ এনে ধৰণৰ –

ক্ৰমিক নংবলয়ম্যাদআবণ্টিত FSUসমূহDES, অসমৰ দ্বাৰা পৰিৱেশিত কাৰ্যসমূহ
১দ্বিতীয়২০১১-১২৩২০প্ৰাথমিক তথ্য সংগ্ৰহ, নিৰীক্ষণ, তথ্য নিবেশৰ কাৰ্য সম্পূৰ্ণ, এখন প্ৰতিবেদন প্ৰকাশিত হৈছে
২তৃতীয়২০১২-১৩৩৪৮প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে
৩চতুৰ্থ২০১৩-১৪৩৪৮প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে
৪পঞ্চম২০১৪-১৫৩৪৪প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে
৫ষষ্ঠ২০১৬-১৭মুখ্য অংশ-৩৪৪,
ৰাজ্যিক অংশ-৩৪৪,
মুঠ – ৬৮৮
প্ৰাথমিক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কাৰ্য সমাপ্ত হৈছে আৰু মুখ্য অংশৰ পৰিপূৰিত কাৰ্যসূচী শ্ৰমিক ব্যুৰো, চণ্ডীগড়লৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যিক অংশৰ নিৰীক্ষণ কাৰ্য সোনকালেই আৰম্ভ হব।